Our website uses necessary cookies to enable basic functions and optional cookies to help us to enhance your user experience. Learn more about our cookie policy by clicking "Learn More".
Accept All Only Necessary Cookies
ছহীহ বুখাৰী icône

1.3 by islamEnc


May 10, 2020

À propos de ছহীহ বুখাৰী

Français

অসমীয়া বুখাৰীৰ প্ৰথম খণ্ডৰ হাদীছসমূহ।

সকলো ধৰণৰ প্রশংসা একমাত্র আল্লাহৰ বাবে, দৰুদ আৰু ছালাম অৱতীৰ্ণ হওক আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত।

অসমীয়া ভাষাভাষী সকলো লোকে যাতে বুখাৰীৰ হাদীছসমূহৰ দ্বাৰা উপকৃত হব পাৰে, সেই উদ্দেশ্য আগত ৰাখি আমি বুখাৰীৰ প্ৰথম খণ্ডৰ হাদীছসমূহ এপ্লিকেচন আকাৰে প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছো। এইটো আমাৰ প্ৰথম ধাপ, ইয়াত আমি ১৩৯৪ টা হাদীছ সন্নিবিষ্ট কৰিছো।

অনাগত দিনত আমি এই এপ্পটোত বুখাৰী মুছলিমকে আদি কৰি হাদীছৰ আন আন কিতাপসমূহ অসমীয়ালৈ অনুবাদ কৰি সন্নিবিষ্ট কৰাৰ চেষ্টা কৰিম।

বৰ্তমান এপ্পটোত হাদীছ নম্বৰৰ দ্বাৰা আৰু অসমীয়া শব্দৰ দ্বাৰা হাদীছ অনুসন্ধান কৰাৰ সুবিধা আছে, লগতে লাষ্ট ৰিড বুকমাৰ্ক আৰু কপি কৰাৰো সুবিধা প্ৰদান কৰা হৈছে।

যিহেতু এইটো আমাৰ প্ৰথম চেষ্টা, গতিকে লাহে লাহে ফিচাৰসমূহ যোগ কৰা হ’ব ইন শ্বা আল্লাহ।

অনুবাদকঃ শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান

এপ্পটো প্ৰস্তুত কৰিছেঃ চৈয়দ ইনজামূল হক |

অৱশেষত আল্লাহৰ ওচৰত দুআ কৰিছো, হে আল্লাহ! তুমি আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাক কবুল কৰা। লগতে পৃথিৱী আৰু আখিৰাতত উত্তম প্ৰতিদান দান কৰা আমাৰ সেই সকলো ভাতৃক, যিসকলে অৰ্থ আৰু শ্ৰমৰ দ্বাৰা প্ৰতিনিয়ত এই এপ্পটোৰ কৰ্মত নিয়োজিত আছিল।

Quoi de neuf dans la dernière version 1.3

Last updated on May 10, 2020

Minor bug fixes and improvements. Install or update to the newest version to check it out!

Chargement de la traduction...

Informations Application supplémentaires

Dernière version

Demande ছহীহ বুখাৰী mise à jour 1.3

Nécessite Android

4.4 and up

Available on

Télécharger ছহীহ বুখাৰী sur Google Play

Voir plus

ছহীহ বুখাৰী Captures d'écran

Charegement du commentaire...
Langues
Abonnez-vous à APKPure
Soyez le premier à avoir accès à la sortie précoce, aux nouvelles et aux guides des meilleurs jeux et applications Android.
Non merci
S'inscrire
Abonné avec succès!
Vous êtes maintenant souscrit à APKPure.
Abonnez-vous à APKPure
Soyez le premier à avoir accès à la sortie précoce, aux nouvelles et aux guides des meilleurs jeux et applications Android.
Non merci
S'inscrire
Succès!
Vous êtes maintenant souscrit à notre newsletter.