Our website uses necessary cookies to enable basic functions and optional cookies to help us to enhance your user experience. Learn more about our cookie policy by clicking "Learn More".
Accept All Only Necessary Cookies
Assam Land Records, Dharitree (ধৰিত্ৰী ) icône

8.2 by IP24


Jul 31, 2018

À propos de Assam Land Records, Dharitree (ধৰিত্ৰী )

Français

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগঅসম চৰকাৰ ,Government of Assam, Revenue Assam

Display Jamabandi by Pattadar / পাট্টাদাৰৰ নাম অনুযায়ী জমাবন্দি চাওঁক

Display Jamabandi by Entering Pattano / পাট্টা-নং অনুযায়ী জমাবন্দি চাওঁক

Display Jamabandi by Pattatype/ পাট্টা প্ৰকাৰ অনুযায়ী জমাবন্দি চাওঁক

Display Chitha / চিঠা চাওঁক

NOC for Transfer of Immovable Property / স্থাৱৰ সম্পত্তি হস্তান্তৰৰ ক্ষেত্ৰত আপত্তিবিহীন

প্রমাণ পত্ৰৰ স্থিতি চাওঁক

Assesment of the Stamp Duty and Registration fee for registration / দলিল পঞ্জীয়নৰ বাবে প্রয়োজনীয় মুদ্রাঙ্ক শুল্ক আৰু পঞ্জীয়ন মাছুল নিৰ্ধাৰণ কৰক

Bhunaksha / ভূ-নক্সাৰ প্রতিলিপি

ভূমি ৰাজহ বিভাগটো হৈছে ৰাজ্যখনৰ এক অতিশয় পুৰণি বিভাগ যাৰ অস্তিত্ব ১৮৭৪ চনৰ পৰাই থকা দেখা যায়। পূৰ্বতে এই বিভাগে বন, প্ৰব্ৰজন আৰু শ্ৰম, বিত্ত, উদ্যোগ, জৰীপ ও বন্দোৱস্তী, কৃষি, পশুপালন, জলসিঞ্চন, সমবায়, মংস্যপালন, প্ৰত্নতাত্বিক আৰু সংগ্ৰহালয়, শুল্ক ইত্যাদি কেইবাটাও বিষয় সামৰি লৈছিল। এই বিভাগটোক ইং ১ মাৰ্চ, ২০০৭ চনত ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্হাপনা বিভাগ হিচাপে নকৈ নামাকৰণ কৰা হয়। সময় আৰু বৰ্তমান যুগৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱাকৈ বিভাগটোক পৰ্য্যায়ক্ৰমে আধুনিক কৰি গঢি তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰয়াস কৰিছে।

ভূমিলেক্ষ্যসমূহৰ ডিজিটাইজেচনৰ যোগেৰে জনসাধাৰণৰ পৰিদৰ্শনৰ বাবে ইয়াক সহজলভ্য কৰাটোও অসম চৰকাৰৰ অন্যতম এক আধুনিক সংস্কাৰকামী পদক্ষেপ। এই পদক্ষেপে ৰাইজ আৰু প্ৰশাসনৰ মাজৰ ব্যৱধান কমোৱাৰ লগতে প্ৰচলিত ব্যৱস্হালৈ অধিক স্বছ্ছতা আনিব বুলি আশা কৰিব পাৰি। আধুনিকীকৰণ প্ৰচেষ্টা এক গতিশীল প্ৰক্ৰিয়া আৰু সেয়েহে এই ব্যৱস্হাক আগলৈ অধিক সহজ, উন্নত তথা স্বয়ং সম্পূৰ্ণ কৰাৰ প্ৰয়াস জাৰি থাকিব।

ওপৰত উল্লেখ কৰা সকলো প্ৰচেষ্টা বৰ্তাই ৰখাৰ বাবে বৰ্তমানৰ চৰকাৰখন সম্পূৰ্ণ দায়বদ্ধ আৰু এই ক্ষেত্ৰত সংস্কাৰমূলক ব্যৱস্হাৱলীয়ে সমগ্ৰ বিভাগটিলৈ এক জাগৰণ আনিবলৈ নিশ্চয় সক্ষম হব।

Quoi de neuf dans la dernière version 8.2

Last updated on Jul 31, 2018

Minor bug fixes and improvements. Install or update to the newest version to check it out!

Chargement de la traduction...

Informations Application supplémentaires

Dernière version

Demande Assam Land Records, Dharitree (ধৰিত্ৰী ) mise à jour 8.2

Telechargé par

Luis Rubiño Baltazar Arteaga

Nécessite Android

Android 4.0.3+

Voir plus

Assam Land Records, Dharitree (ধৰিত্ৰী ) Captures d'écran

Charegement du commentaire...
Langues
Langues
Abonnez-vous à APKPure
Soyez le premier à avoir accès à la sortie précoce, aux nouvelles et aux guides des meilleurs jeux et applications Android.
Non merci
S'inscrire
Abonné avec succès!
Vous êtes maintenant souscrit à APKPure.
Abonnez-vous à APKPure
Soyez le premier à avoir accès à la sortie précoce, aux nouvelles et aux guides des meilleurs jeux et applications Android.
Non merci
S'inscrire
Succès!
Vous êtes maintenant souscrit à notre newsletter.